Song- Smriti Lyrics
Lyrics - Rajib Bhuyan .
Vocal & composition - Sannidhya Bhuyan
Music composed & produced - Bozropat Music (RAJ x RON).
Flute - Himangshu Borah
Mix and Mastering - Rajnish Saikia
Poster design - Ritu
Artwork & Animation - Ritik Ranjan Nath
Music Distribution:
Smriti Lyrics in English-
Xasi rokha mitha xuworoniLoralite oka sobikhonimonere uhboti sauLoralire geet gauXasi rokha mitha xuworoniLoralite oka sobikhonimonere uhboti sauLoralire geet gauMon pran utola koraxopune xaboti dhoraSmriti papori hiya bhori ase janaBukur umere xurere sruti dharaAbege bhora murchonaXasi rokha mitha xuworoniLoralite oka sobikhonimonere uhboti sauLoralire geet gauXasi rokha mitha xuworoniLoralite oka sobikhonimonere uhboti sauLoralire geet gauBhabonate jilike mukhkhoniLoralire songi tumi joniJetiya ubhoti sauXorogi surabhi pauMon pran utola koraxopune xaboti dhoraSmriti papori hiya bhori ase janaBukur umere xurere sruti dharaAbege bhora murchonaXasi rokha mitha xuworoniLoralite oka sobikhonimonere uhboti sauLoralire geet gauXasi rokha mitha xuworoniLoralite oka sobikhonimonere uhboti sauLoralire geet gauSmriti Lyrics in Assamese-
সাঁচি ৰখা মিঠা সোঁৱৰণিল'ৰালিতে অঁকা ছবি খনিমনেৰে উভতি চাওঁল'ৰালিৰে গীত গাওসাঁচি ৰখা মিঠা সোঁৱৰণিল'ৰালিতে অঁকা ছবি খনিমনেৰে উভতি চাওঁল'ৰালিৰে গীত গাওমন প্ৰাণ উতলা কৰা
সপোনে সাৱটি ধৰা
স্মৃতি পাপৰি হিয়া ভৰি আছে জানা
বুকুৰ উমেৰে ভৰা সুৰৰে শ্ৰুতি ধাৰা
আবেগে ভৰা মূৰ্চনা
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল'ৰালিতে অঁকা ছবি খনি
মনেৰে উভতি চাওঁ
ল'ৰালিৰে গীত গাও
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল'ৰালিতে অঁকা ছবি খনি
মনেৰে উভতি চাওঁ
ল'ৰালিৰে গীত গাও
ভাবনাতে জিলিকে মুখ খনি
ল'ৰালিৰে সংগী তুমি জনি
যেতিয়া উভতি চাওঁ
সৰগী সুৰভি পাওঁ
ভাবনাতে জিলিকে মুখ খনি
ল'ৰালিৰে সংগী তুমি জনি
যেতিয়া উভতি চাওঁ
সৰগী সুৰভি পাওঁ
মন প্ৰাণ উতলা কৰা
সপোনে সাৱটি ধৰা
স্মৃতি পাপৰি হিয়া ভৰি আছে জানা
বুকুৰ উমেৰে ভৰা সুৰৰে শ্ৰুতি ধাৰা
আবেগে ভৰা মূৰ্চনা
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল'ৰালিতে অঁকা ছবি খনি
মনেৰে উভতি চাওঁ
ল'ৰালিৰে গীত গাও
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল'ৰালিতে অঁকা ছবি খনিমনেৰে উভতি চাওঁল'ৰালিৰে গীত গাও
Watch Smriti Music Video-
0 Comments